প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে মহাৰাষ্ট্ৰত নেৰাল-মাথেৰন টয় ট্ৰেইন পুনৰ আৰম্ভ হোৱাত জনসাধাৰণে উপভোগ কৰা প্ৰাকৃতিক সৌন্দৰ্য অধিক স্মৰণীয় হৈ ৰ’ব৷
ৰে’ল মন্ত্ৰালয়ৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“এই প্ৰাকৃতিক যাত্ৰা আৰু অধিক স্মৰণীয় কৰি তুলিলে! স্থানীয় পৰ্যটনৰ বাবে ডাঙৰ খবৰ…”
Making this scenic journey even more memorable! Great news for local tourism… https://t.co/pHye7irkWr
— Narendra Modi (@narendramodi) October 26, 2022