প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ হুগলী নদীৰ তলত মেট্ৰ’ৰ পৰীক্ষণমূলক চালনাত সন্তোষ প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“এয়া কলকাতাৰ বাবে ভাল খবৰ আৰু ভাৰতৰ ৰাজহুৱা পৰিবহণ খণ্ডলৈ উৎসাহৰ বতৰা।”
Great news for Kolkata and an encouraging trend for public transport in India. https://t.co/2Y0jrWEIUX
— Narendra Modi (@narendramodi) April 15, 2023