প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাচত চত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি স্থাপনত প্ৰতিগৰাকী ভাৰতীয় আনন্দিত হোৱা বুলি প্ৰকাশ কৰিছে৷

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাৱিশৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“এয়া প্ৰত্যক্ষ কৰি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত হৈছে৷ চত্ৰপতি শিৱাজী মহাৰাজৰ চিন্তাধাৰা বিশ্বজুৰি প্ৰতিধ্বনিত হৈছে৷ প্ৰধানমন্ত্ৰী @KumarJugnauthৰ উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক বিশেষ মাত্ৰা প্ৰদান কৰিলে৷” 

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
1 in 3 US smartphone imports now made in India, China’s lead shrinks

Media Coverage

1 in 3 US smartphone imports now made in India, China’s lead shrinks
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 জুলাই 2025
July 26, 2025

Citizens Appreciate PM Modi’s Vision of Transforming India & Strengthening Global Ties