জম্মু-কাশ্মীৰৰ বাৰামুল্লাত কৃষকৰ বাবে ৭টা কাষ্টম হাইৰিং চেণ্টাৰ, আত্মসহায়ক গোটৰ বাবে ৯টা পলি গ্ৰীণ হাউচকে ধৰি বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ কাৰ্যালয়ৰ এটা টুইট থ্ৰেড শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
'উদ্বোধন কৰা এলানি উল্লেখযোগ্য উন্নয়নমূলক কামে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বিশেষকৈ আকাংক্ষিত জিলাসমূহৰ বাসিন্দাসকলৰ জীৱনৰ মান উন্নত কৰাৰ দিশত আমাৰ দায়বদ্ধতাৰ সাক্ষ্য।'
The remarkable range of developmental works inaugurated stand as a testament to our commitment towards enhancing the quality of life for the people of Jammu and Kashmir, especially the aspirational districts. https://t.co/4nFo6RWuul
— Narendra Modi (@narendramodi) June 1, 2023