ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত শান্তি নিকেতনৰ নাম অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৃষ্টিভংগী আৰু ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক শান্তি নিকেতনক @UNESCO বিশ্ব ঐতিহ্য তালিকাত স্থান দিয়াত আনন্দিত হৈছো। সকলো ভাৰতীয়ৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত।"
Delighted that Santiniketan, an embodiment of Gurudev Rabindranath Tagore's vision and India's rich cultural heritage, has been inscribed on the @UNESCO World Heritage List. This is a proud moment for all Indians. https://t.co/Um0UUACsnk
— Narendra Modi (@narendramodi) September 17, 2023