প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সপ্তাহত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ দ্বাৰা উপাধ্যক্ষৰ পেনেললৈ মনোনীত হোৱাৰ পিছত ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকক লৈ আনন্দ প্ৰকাশ কৰিছে।
ৰাজ্যসভাৰ সাংসদ শ্ৰীমতী এছ ফাংনন কন্যাকৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এটা অতি গৌৰৱান্বিত মুহূৰ্ত। "
A very proud moment. https://t.co/YB3jBDez2s
— Narendra Modi (@narendramodi) July 25, 2023