৩০ মাৰ্চত দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষই ৬ নিযুত টিইইউ অতিক্ৰম কৰি সৰ্বাধিক মাল প্ৰৱাহৰ ক্ষমতা পঞ্জীয়ন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে।
জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বন্দৰৰ এক উল্লেখনীয় কৃতিত্ব।"
Noteworthy feat by one of India’s important ports. https://t.co/bbTufvf2z5
— Narendra Modi (@narendramodi) April 1, 2023