হৰ ঘৰ ত্ৰিৰংগা আন্দোলনৰ প্ৰতি জনসাধাৰণৰ উৎসাহজনক সঁহাৰিৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুখ প্ৰকাশ কৰিছে। MyGovIndiaৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“হৰ ঘৰ ত্ৰিৰংগা আন্দোলনৰ প্ৰতি দেশবাসীৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰি মই অতি আনন্দিত।”
Overjoyed by the enthusiastic response towards #HarGharTiranga movement. https://t.co/iQdaer9dSe
— Narendra Modi (@narendramodi) July 22, 2022