প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ কোটাত এখন নাও ডুবি প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
‘ৰাজস্থানৰ কোটাত এখন নাও ডুব যোৱা ঘটনাই পীড়িত কৰিছে। যিসকল লোকে তেওঁলোকৰ নিকটাত্মীয় আৰু আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জনাইছোঁ’
Anguished by the capsizing of a boat in Kota, Rajasthan. My thoughts are with those who have lost their near and dear ones: PM @narendramodi
— PMO India (@PMOIndia) September 16, 2020