প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আমাৰ গ্ৰহটোক সুস্থ কৰি তুলিবলৈ প্ৰয়াস কৰাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“বিশ্ব স্বাস্থ্য দিৱসত আমি আমাৰ গ্ৰহটোক সুস্থ কৰি তুলিবলৈ প্ৰয়াস কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

আমাৰ চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনিৰ বৰ্ধন আৰু জনসাধাৰণৰ বাবে মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ অৰ্থে কাম কৰি যাব।”

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
ASER 2024 report shows remarkable recovery in learning levels in govt schools

Media Coverage

ASER 2024 report shows remarkable recovery in learning levels in govt schools
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জানুৱাৰী 2025
January 30, 2025

Appreciation for PM Modi’s Effort in Ensuring Financial Inclusion and Empowerment for All