প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত চিন্তা প্ৰকাশ কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত অত্যন্ত চিন্তিত হৈছো। সকলোৱে গণতান্ত্ৰিক পৰম্পৰাক সন্মান কৰা দৰকাৰ। আমি ব্ৰাজিলৰ কৰ্তৃপক্ষৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন জনাইছো।"
Deeply concerned about the news of rioting and vandalism against the State institutions in Brasilia. Democratic traditions must be respected by everyone. We extend our full support to the Brazilian authorities. @LulaOficial
— Narendra Modi (@narendramodi) January 9, 2023