Quoteনতুনকৈ অন্তৰ্ভুক্ত নিযুক্তিপ্ৰাপক সকলক প্ৰায় ৫১,০০০ নিয়োগ পত্ৰ বিতৰণ কৰে
Quote"সেৱাৰ প্ৰতি নিযুক্তিপ্ৰাপক সকলৰ আন্তৰিকতাই দেশক ইয়াৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম কৰি তুলিব"
Quote"নাৰীশক্তি বন্দন অধিনিয়ম’ হৈছে নতুন সংসদত ৰাষ্ট্ৰৰ বাবে এক নতুন আৰম্ভণি"
Quote"প্ৰযুক্তিয়ে দুৰ্নীতি বন্ধ কৰিছে, বিশ্বাসযোগ্যতাক প্ৰগাঢ় কৰিছে, জটিলতা হ্ৰাস কৰিছে আৰু স্বাচ্ছন্দ্য বৃদ্ধি কৰিছে"
Quote"চৰকাৰৰ নীতিসমূহ এক নতুন মানসিকতা, নিৰন্তৰ নিৰীক্ষণ, অভিযানৰ ৰূপত ৰূপায়ণ আৰু গণ অংশগ্ৰহণৰ ওপৰত আধাৰিত, যি স্মাৰণযোগ্য লক্ষ্য পূৰণৰ পথ প্ৰশস্ত কৰিছে"।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ‘ৰোজগাৰ মেলা’ত ভাষণ প্ৰদান কৰাৰ লগতে  নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপক সকলক প্ৰায় ৫১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপকসকলে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। এইসমূহৰ ভিতৰত আছে ডাক বিভাগ, ভাৰতীয় অডিট আৰু একাউণ্ট বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আদি। এই ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৬টা স্থানত অনুষ্ঠিত হৈছে।

 

|

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আজি নিযুক্তি পত্ৰ লাভ কৰা সকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰি কয় যে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবেহে তেওঁলোকে এই সাফল্য অৰ্জন কৰিব পাৰিছে আৰু তেওঁলোকক লাখ লাখ প্ৰাৰ্থীৰ মাজৰ পৰা বাছনি কৰা হৈছে। সমগ্ৰ দেশতে উদযাপন কৰা ‘গণেশ উৎসৱ’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৱিত্ৰ অনুষ্ঠানত নিযুক্তিপ্ৰাপকসকলৰ বাবে এয়া এক নতুন জীৱনৰ 'শ্ৰী গণেশ'। "ভগৱান গণেশ হৈছে সফলতাৰ ঈশ্বৰ", প্ৰধানমন্ত্ৰীয়ে কয় যে সেৱাৰ প্ৰতি নিযুক্তিপ্ৰাপক সকলৰ ভক্তিয়ে দেশখনক ইয়াৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম কৰিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখনে ঐতিহাসিক সাফল্যৰ সাক্ষী হৈ আহিছে। তেওঁ ‘নাৰীশক্তি বন্দন অধিনিয়ম’ৰ কথা উল্লেখ কৰে, যিয়ে জনসংখ্যাৰ আধা অংশক সামৰ্থ্য প্ৰদান কৰিছে। "৩০ বছৰ ধৰি আৱদ্ধ হৈ থকা মহিলা সংৰক্ষণৰ বিষয়টো দুয়োখন সদনে অভিলেখ সংখ্যক ভোটৰ সমৰ্থনৰে গৃহীত কৰিলে। এই সিদ্ধান্ত নতুন সংসদৰ প্ৰথম অধিৱেশনত গৃহীত হৈছে, সেয়ে এক প্ৰকাৰে দেশৰ বাবে নতুন সংসদত এয়া হৈছে এক নতুন আৰম্ভণি", প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব সহকাৰে মন্তব্য কৰে।

নতুন নিযুক্তিপ্ৰাপক সকলৰ মাজত মহিলাৰ গুৰুত্বপূৰ্ণ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ কন্যাসকলে প্ৰতিটো খণ্ডতে সুনাম অৰ্জন কৰিছে। তেওঁ কয়, "মই নাৰীশক্তিৰ কৃতিত্বত গৌৰৱ অনুভৱ কৰোঁ আৰু তেওঁলোকৰ বিকাশৰ বাবে নতুন পথ মুকলি কৰি ৰখাটো হৈছে চৰকাৰৰ নীতি"। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যিকোনো ক্ষেত্ৰতে মহিলাৰ উপস্থিতিয়ে সদায় ইতিবাচক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰে।

 

|

নতুন ভাৰতৰ বৰ্দ্ধিত আশা-আকাংক্ষাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন ভাৰতৰ সপোনে পোখা মেলিছে। "ভাৰতে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ সংকল্প গ্ৰহণ কৰিছে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে অহা কেইবছৰমানৰ ভিতৰত দেশ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হ'ব, য'ত চৰকাৰী কৰ্মচাৰীসকলে অনাগত সময়ত যথেষ্ট অৱদান আগবঢ়াব লাগিব। তেওঁ 'চিটিজেনছ ফাৰ্ষ্ট'ৰ দৃষ্টিভংগী অনুসৰণ কৰাত গুৰুত্ব আৰোপ কৰে। আজিৰ নিযুক্তিপ্ৰাপক সকল প্ৰযুক্তিৰ দ্বাৰা পুষ্ট হৈয়ে ডাঙৰ দীঘল হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কামৰ ক্ষেত্ৰত ইয়াৰ স্ব্যৱহাৰ আৰু শাসনৰ দক্ষতা উন্নত কৰাত গুৰুত্ব আৰোপ কৰে।

শাসনত প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভ ব্যাখ্য দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে অনলাইনৰে ৰে'লৰ আসন সংৰক্ষণ, আধাৰ কাৰ্ড, ডিজিলকাৰ, ‘ই-কেওৱাইচি’, গেছ বুকিং, বিল পৰিশোধ, ‘ডিবিটি’ আৰু ‘ডিজিযাত্ৰা’ আদিৰে নথিপত্ৰৰ জটিলতা দূৰ কৰাৰ কথা উল্লেখ কৰে। "প্ৰযুক্তিয়ে দুৰ্নীতি বন্ধ কৰিছে, বিশ্বাসযোগ্যতা উন্নত কৰিছে, জটিলতা হ্ৰাস কৰিছে, স্বাচ্ছন্দ্য বৃদ্ধি কৰিছে," নতুন নিযুক্তিপ্ৰাপক সকলক এই দিশত আগবাঢ়ি গৈ কাম কৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীয়ে।  

 

|

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত চৰকাৰৰ নীতিসমূহ এক নতুন মানসিকতা, নিৰন্তৰ নিৰীক্ষণ, অভিয়ানৰ ৰূপত ৰূপায়ণ আৰু গণ অংশগ্ৰহণৰ ওপৰত আধাৰিত আৰু স্মৰণযোগ্য লক্ষ্য পূৰণৰ পথ প্ৰশস্ত কৰিছে। স্বচ্ছ ভাৰত আৰু ‘জল জীৱন মিছন’-ৰ দৰে অভিযানৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ ‘মিছন মোড’ ত ৰূপায়ণৰ পদ্ধতি সন্দৰ্ভত আলোকপাত কৰে, য'ত সম্পূৰ্ণতা অৰ্জনৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে সমগ্ৰ দেশৰ প্ৰকল্পসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু প্ৰগতি মঞ্চৰ উদাহৰণ দাঙি ধৰে, যিটো প্ৰধানমন্ত্ৰীয়ে নিজেই ব্যৱহাৰ কৰি আছে। তেওঁ জোৰ দি কয় যে চৰকাৰী কৰ্মচাৰীসকলেহে চৰকাৰী আঁচনিসমূহ বাস্তৱক্ষেত্ৰত ৰূপায়ণ কৰাৰ সৰ্বোচ্চ দায়িত্ব বহন কৰে। তেওঁ উল্লেখ কৰে যে যেতিয়া লাখ লাখ যুৱক-যুৱতীয়ে চৰকাৰী সেৱাত যোগদান কৰে তেতিয়া নীতি ৰূপায়ণৰ গতি আৰু পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত চৰকাৰী খণ্ডৰ বাহিৰত নিযুক্তি বৃদ্ধি হয় আৰু নতুন নিযুক্তি পৰিকাঠামো গঢ়ি উঠে। 

জিডিপি বৃদ্ধি আৰু উৎপাদন আৰু ৰপ্তানি বৃদ্ধিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগৰ কথা উল্লেখ কৰে। তেওঁ নৱীকৰণযোগ্য শক্তি, জৈৱিক কৃষি, প্ৰতিৰক্ষা আৰু পৰ্যটনৰ দৰে খণ্ডসমূহৰ বিষয়ে কয়, যিয়ে এক নতুন জীৱন্ততা প্ৰদৰ্শন কৰিছে। ভাৰতৰ আত্মনিৰ্ভৰ অভিযানে মোবাইল ফোনৰ পৰা বিমান বাহকলৈকে, কৰোনা প্ৰতিষেধকৰ পৰা যুঁজাৰু বিমানলৈকে বিভিন্ন ক্ষেত্ৰত সুফল দেখুৱাইছে। তেওঁ কয় যে আজি যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগে অপেক্ষা কৰিবলৈ লৈছে।

 

|

প্ৰধানমন্ত্ৰীয়ে দেশৰ জীৱনত অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰৰ গুৰুত্ব আৰু নতুন নিযুক্তিৰ কথা দোহাৰে। তেওঁ দলবদ্ধ কামক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ সংশ্লিষ্টসকলক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে জি-২০ আমাৰ পৰম্পৰা, সংকল্প আৰু আতিথ্যৰ এক অনুষ্ঠান হৈ উঠিছিল। এই সফলতা বিভিন্ন ৰাজহুৱা আৰু ব্যক্তিগত বিভাগসমূহৰো সফলতা। সকলোৱে জি-২০ৰ সফলতাৰ বাবে এটা দলৰ ৰূপত কাম কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই সুখী যে আজি আপোনালোকো চৰকাৰী কৰ্মচাৰীসকলৰ ‘টীম ইণ্ডিয়া’ৰ অংশ হৈ উঠিব"। 

 

|

নিযুক্তিপ্ৰাপক সকলৰ চৰকাৰৰ সৈতে পোনপটীয়াকৈ কাম কৰাৰ সুযোগ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক তেওঁলোকৰ শিক্ষাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ আৰু তেওঁলোকৰ আগ্ৰহৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান আগবঢ়াবলৈ আইজিঅটি কৰ্মযোগী পৰ্টেল ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে নিযুক্তিপ্ৰাপক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক অভিনন্দন জনায় আৰু অহা ২৫ বছৰৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰৰ সংকল্প ল'বলৈ আহ্বান জনায়।   

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Jitendra Kumar May 28, 2025

    🙏🙏🙏🙏
  • krishangopal sharma Bjp December 23, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • krishangopal sharma Bjp December 23, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • krishangopal sharma Bjp December 23, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • Nisha Kushwaha Media social Media pharbhi October 02, 2023

    sabka saith sabka vikas
  • Nisha Kushwaha Media social Media pharbhi October 02, 2023

    east aur west modi ji is the best
  • VEERAIAH BOPPARAJU September 30, 2023

    mod sir jindabad🙏🇮🇳👏🏽💐
  • CHANDRA KUMAR September 29, 2023

    लोकसभा चुनाव 2024 1. जातीय जनगणना की मांग सभी विपक्षी पार्टी कर रहा है । 2. इंडिया में सभी पार्टी जुड़ गया है। अब बीजेपी को इतिहास को समझना चाहिए, तभी लोकसभा चुनाव 2024 में विजय मिलेगा: 1. बीजेपी को दक्षिण भारत में - द्रविड़स्तान Dravid land, पूर्वी भारत में - नागास्तान Naga land, पश्चिम भारत में - दलितस्तान Dalit land (महाराष्ट्र में) और खालिस्तान (भारतीय पंजाब में) उत्तर भारत में - स्वतंत्र कश्मीर, इतनी सारी मांगें रखने वाले लोग, भारत में है। कांग्रेस पार्टी भारत का एक एक हिस्सा सभी को दे देगा, यह गठबंधन हो गया है। तभी सब भारत विरोधी कांग्रेस पार्टी के समर्थन में आया है। जब भारत में 1857 की क्रांति सफल हो गया, तब विक्टोरिया ने भारत के सभी राजाओं को संदेश भिजवाया, ब्रिटिश इंडिया मुझे दे दो। क्रांतिकारियों में किसे राजा बनाओगे ? इसीलिए ब्रिटिश इंडिया फिर से, हम तुम्हारे सेना के मदद से हासिल करेंगे, बदले में हम कभी भी तुम्हारे राज्य पर हमला नहीं करेंगे। इसके बाद सभी क्रांतिकारियों को देश के राजाओं ने मरवा दिया और इसके लिए अपनी सेना अंग्रेजो को देकर मदद किया। फिर विक्टोरिया की घोषणा को याद कीजिए, सभी राजाओं को आश्वासन दिया कि तुम्हारे राज्य पर ब्रिटेन को कब्जा करने की कोई मंशा नहीं है। 2. अब आइए आज के समय पर, बीजेपी दस वर्ष से सत्ता में है। जैसे क्रांतिकारी ब्रिटिश इंडिया को जीतने के बाद कोई योजना नहीं बनाया, कैसे सत्ता को बनाए रखना है, ब्रिटेन अभी मेरे बारे में क्या सोच रहा है, क्या ब्रिटेन किसी से मदद मांगा है, कौन कौन हम पर हमला कर सकता है, ऐसी परिस्थिति में हमारा नेतृत्व कौन करेगा ? उसी तरह से, आज बीजेपी का हर नेता मस्त जिंदगी जी रहा है। बीजेपी नेता क्या कभी सोचा : स्टालिन का धमकी यदि सच हो गया, इन द्रविड़ समझने वाले लोगों ने हमें आर्य समझ कर मारना शुरू कर दिया, तब क्या होगा, कांग्रेस पार्टी केवल केंद्र सरकार में मौन सहमति देगी, फिर, जैसे श्रीलंका में लिट्टे का नरसंहार , पाकिस्तान और महिंद्रा राजपक्षे की सेना ने मिलकर किया, उस समय कांग्रेस पार्टी केवल मैं सहमति दिया। कश्मीर में ब्राह्मणों को मिटाने के लिए केवल कांग्रेस पार्टी का मौन सहमति था कश्मीरी मुसलमानों को, 1984 के दंगे में कांग्रेस पार्टी का मौन सहमति था, गांधी की हत्या के कुछ घंटे बाद , महाराष्ट्र में चितपावन ब्राह्मणों की हत्या पर कांग्रेस का मौन सहमति था, नेपाल में, राजशाही परिवार के सभी सदस्य का एक रात में कत्ल करवा दिया, और एकमात्र बचे राजा को माओवादियों के हाथों अपमानित करके बाहर भगा दिया, तब भी कांग्रेस पार्टी का मौन सहमति था, जब देश में भारत विभाजन हो रहा था, तब सही तरीके से सभी हिन्दुओं को बताया जाता, भारत आ जाओ, मैं गाड़ी भिजवा रहा हूं, उसके बाद भारत के विभाजन पत्र पर हस्ताक्षर किया जाना चाहिए था। तिब्बत के सभी बौद्धों को कांग्रेस पार्टी की मौन सहमति ने मरवा दिया। उसके बाद ईनाम में चीन को संयुक्त राष्ट्र संघ का सुरक्षा परिषद का स्थाई सदस्य भी बना दिया। सिर्फ एक प्रश्न , कांग्रेस पार्टी इन सभी परिस्थितियों में मौन क्यों था? क्योंकि कांग्रेस पार्टी को केवल दिल्ली चाहिए। कांग्रेस पार्टी के लिए, "इंडिया इज दिल्ली एंड दिल्ली इज इंडिया"। पूरा देश खंड खंड होकर बिखर जाए, कांग्रेस को दिल्ली चाहिए। पूरे देश पर दुश्मन कब्जा कर ले, कांग्रेस पार्टी को सिर्फ दिल्ली चाहिए। भारत के सहयोग करने वाले मुसीबत में पड़ जाए, कांग्रेस पार्टी दिल्ली में खुश है। कांग्रेस पार्टी को बस दिल्ली मिल जाए, फिर भले ही भारत से नागालैंड, द्रविडिस्तान , खालिस्तान , कुछ भी बन जाए, कांग्रेस पार्टी को फर्क नहीं पड़ेगा। कांग्रेस पार्टी ने जितनी आसानी से पाकिस्तान और बांग्लादेश बनने दिया, पैसा भी दिया विभाजन के बाद। ऐसे नीच कांग्रेस पार्टी, यदि दिल्ली में राहुल गांधी को प्रधानमंत्री बना लिया। तब देश भर में बीजेपी कार्यकर्ता को , हर राज्य में घसीट घसीट कर मारा जायेगा। स्टालिन की धमकी याद कीजिए, एक भी सनातनी हिन्दू जिंदा नहीं रहेगा। स्वामी प्रसाद मौर्य का बयान याद कीजिए, जिन हाथों से जयकार हो रहा है, हो सकता है वह हाथ ही ना रहे। सभी मंदिर मुसलमानों को दे दिया जाएगा। कांग्रेस पार्टी ने सभी को आश्वासन दे दिया है, बस एक बार जीत हासिल करो, फिर ऐसा नरसंहार होगा, जैसा पहले कभी नहीं हुआ। याद कीजिए, कैसे भारत में बम ब्लास्ट होता था, कैसे कश्मीर, केरल, पश्चिम बंगाल, उत्तर प्रदेश, बिहार का भागलपुर में दंगा हुआ। ऐसा ही मौन सहमति वाला नरसंहार, कांग्रेस पार्टी का लक्ष्य है, धारा 370 हटेगा, बांग्लादेश का मुस्लिम भारत का नागरिकता लेगा। हिंदू को सच में नेपाल भागना पड़ेगा, नहीं तो बौद्ध, मुस्लिम, मौत को चुनना पड़ेगा। जातीय जनगणना की मांग ने बीजेपी के दलित मतदाताओं को दुविधा में डाल दिया है, जब तक कांग्रेस का षड्यंत्र पता चलेगा, तब तक राहुल गांधी प्रधानमंत्री बन चुका होगा। याद कीजिए, कांग्रेस पार्टी ने पश्चिम बंगाल से अपना उम्मीदवार हटा लिया, और बीजेपी , ममता बनर्जी से हार गया। ठीक ऐसे ही, देशभर में, लोकसभा चुनाव में, बीजेपी उम्मीदवार के खिलाफ, इंडिया का सिर्फ एक उम्मीदवार खड़ा होगा, जो उस क्षेत्र का क्षेत्रीय मुद्दा को इतना ऊपर उठा देगा, की वह जीत जायेगा। जैसे स्टालिन को उसके संसदीय क्षेत्र में कौन हरा पायेगा? इंडिया गठबंधन का नेता दक्षिण भारत में सनातन को मिटाने की बात करेगा, उत्तर भारत में राम मंदिर के पक्ष में बात करेगा। बीजेपी चिल्लाते रह जायेगा, अरे वहां क्या बोला, यहां क्या बोला, दक्षिण भारत में द्रविड़ देश और उत्तर भारत में दलित आरक्षण। एक साथ, इतनी विविधता पूर्ण चुनौती से बीजेपी कैसे लड़ेगा ? पृथ्वीराज चौहान जब तक कुछ योजना बनाता, वह दुश्मन के एक साथ पैदा किए गए कई चुनौती का जाल में फंस चुका था। ध्यान रहे, मैं बार बार एक ही बात पर जोर दे रहा हूं, मुहम्मद गौरी को सोलह बार माफी मिला। लेकिन उसने एक बार भी पृथ्वीराज चौहान को माफ नहीं किया, उसकी आंखें निकलवाई, उसकी पत्नी इज्जत लूटा गया, भारत की औरतों को अफगानिस्तान में बेचा गया। बीजेपी को भी माफी नहीं मिलेगा, किसी सनातनी या हिंदू को माफी नहीं मिलेगा। बीजेपी को अभी क्या करना चाहिए? बीजेपी को दुश्मन के प्रति कठोर बनना चाहिए। 1. बीजेपी को एक अध्यादेश निकलवाना चाहिए, भारतवर्ष का सभी पार्टी जो किसी भी चुनाव में भाग लेना चाहता है, उन्हें अपनी स्थापना से लेकर आज तक का लेन देन का ब्योरा देना पड़ेगा। जो ब्योरा नहीं देगा, वह चुनाव से बाहर रहेगा। कांग्रेस पार्टी को छोड़कर सभी पार्टी अपना लेन देन का ब्योरा दे देगा। लेकिन कांग्रेस पार्टी कभी भी अपना लेन देन का ब्योरा नहीं दे पायेगा। अगर कांग्रेस पार्टी अपना लेन देन का ब्योरा देता भी है, तो उससे स्पष्टीकरण पूछा जाए: 1. स्थापना के समय कांग्रेस को देश भर से कितना चंदा मिला था, अलग अलग राज्य का अलग अलग ब्योरा दीजिए। 2. सरदार पटेल की बेटी ने पैंतीस लाख का चंदा और उसका दानकर्ता का रसीद नेहरू को दिया था, वह किन कार्यों में खर्च हुआ ? 3. सुभाष चंद्र बोस का आजाद हिंद फौज का बैंक का सारा रिजर्व धन , सोना चांदी अन्य रकम कहां गया? क्योंकि जब यह जब्त किया गया तब इसे नेहरू को दे दिया गया था। 3. 1962 में चीन से युद्ध के समय भारत की माताओं ने अपना गहना जेवर, और सोना चांदी का सिक्का, कोंग्रेस पार्टी को दिया, वह कहां है। 4. कांग्रेस पार्टी के किन किन फंड से अभी तक पैसा मिला है? 5. भारत सरकार के खजाने में कांग्रेस पार्टी ने कुछ ही अनुदान जमा किया, बाकी अनुदान किसके पास छिपाकर रखा गया है। याद कीजिए राममंदिर का चंदा खाने का आरोप बीजेपी पर कैसे लगाया गया, बीजेपी सफाई देते देते थक गया। अब बीजेपी वालों, देश से आजादी दिलाने का चंदा खाने का आरोप कांग्रेस पार्टी पर लगाइए, चीन के खिलाफ 1962 युद्ध जीतने के लिए इकठ्ठा किए गए चंदा को खाने का आरोप कांग्रेस पार्टी पर लगाइए, आजाद हिंद फौज ने युद्ध लड़ने के लिए चंदा इकट्ठा किया, उस चंदा को खाने का आरोप कांग्रेस पार्टी पर लगाइए। क्योंकि यदि इन चंदों का इस्तेमाल कांग्रेस पार्टी ठीक से करती तो आज भारत की सभी समस्या दूर हो जाती। बीजेपी पार्टी को राष्ट्रपति महोदय को मदद से तीन के ऊपर प्रतिबंध लगाना चाहिए: 1. कांग्रेस पार्टी पर प्रतिबंध : कांग्रेस पार्टी एक अजगर है, यह बीजेपी को एक झटके में निगल जायेगा। कांग्रेस पार्टी को भ्रष्टाचार और पार्टी फंड का दुरुपयोग का आरोप लगा कर, कांग्रेस पार्टी और उसके सभी नेता पर चुनाव लडने से रोक लगा दिया जाए। जबतक कांग्रेस पार्टी अपने जवाब से राष्ट्रपति महोदय को संतुष्ट नहीं करेगी, तब तक कांग्रेस पार्टी पर प्रतिबंध लगा कर रखा जाए। बाकी भारतीय विपक्षी पार्टी को हराने के लिए नई नई योजना बनाई जाए। सिर्फ एक कांग्रेस पार्टी पर भ्रष्टाचार का आरोप लगा कर प्रतिबंध लगा देने से विदेश में कोई आवाज नहीं उठेगा, क्योंकि बाकी पार्टी तो चुनाव लड़ेगा ही। यदि बाकी पार्टी भी चुनाव लडने से मना करे तो एक दो नकली पार्टी बनाकर उससे बीजेपी को चुनाव जीतकर सत्ता में वापसी करना चाहिए। 2. मुस्लिम मतदाता पर प्रतिबंध : मुस्लिम मतदाता न सिर्फ वोट देता है, बल्कि मतदान केंद्र पर धमकी देकर बीजेपी को हराने के लिए नकली वोट भी डलवाता है। इसीलिए मुस्लिम मतदाताओं पर भी रोक लगाया जाए। मुस्लिम मतदाता को रोकने के लिए यह अध्यादेश लाया जाए की जबतक भारत में पाकिस्तान का विलय नहीं होगा, तब तक भारत का हर मुसलमान पाकिस्तानी माना जायेगा। और उन्हें मतदान से वंचित रखा जायेगा। 3. ईसाई मतदाताओं पर प्रतिबंध : ईसाई मतदाताओं पर आरोप लगाते हुए यह अध्यादेश लाया जाए की जबतक यूरोपीय देश भारत से लूटा हुआ धन वापस नहीं करेगा, तब तक के लिए भारत का ईसाई को यूरोपीय ईसाई माना जाएगा। ऐसे प्रतिबंध को लगाने के लिए हिम्मत पैदा करना होगा। जनता के बीच स्पष्ट संदेश दे दिया जाए, बीजेपी के खिलाफ यदि किसी कांग्रेसी ने, किसी मुसलमान ने या फिर किसी ईसाई ने उत्पात मचाने की कोशिश की तो चुनाव से पहले ही सभी मुसलमान, ईसाई और कांग्रेसी को मिटा दिया जाएगा। अब देश में रहकर देश से गद्दारी नहीं चलेगा। बीजेपी ने अभी हाल ही में G 20 सम्मेलन का आयोजन किया है, ऐसे में विदेशी मीडिया के अंदर बीजेपी की अच्छी छवि बन गई है। अब इस छवि का फायदा उठाकर देश विरोधी लोगों को मिटा दिया जाए। अब मुसलमान, ईसाई और कांग्रेसी को मिटाने का समय आ गया है। यदि आप मुसलमान, ईसाई और कांग्रेसी को नहीं मिटाएंगे, तब वह बीजेपी को जरूर मिटा देगा। बीजेपी ने मुसलमान ईसाई और कांग्रेसी के गठजोड़ को दो लोकसभा चुनाव में हराया है, आप उसे सोलह बार हरा लीजिए। कोई फायदा नहीं है, पृथ्वीराज चौहान की तरह इन सबों हरा हरा कर मत छोड़िए। सांप को यदि घायल कर करके छोड़ देंगे, मारेंगे नहीं। तब यह घायल सांप बच्चों औरतों को भी नहीं छोड़ेगा।
  • Kumar Pawas September 29, 2023

    super
  • VEERAIAH BOPPARAJU September 29, 2023

    modi sir jindabad🙏🇮🇳👏🏽💐💐
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM highlights Nari Shakti's transformative role in the journey towards a developed India
June 08, 2025
QuoteOver the last 11 years, the NDA Government has redefined women-led development: PM
QuoteVarious initiatives, from ensuring dignity through Swachh Bharat to financial inclusion via Jan Dhan accounts, the focus has been on empowering our Nari Shakti: PM

The Prime Minister, Shri Narendra Modi has highlighted the transformative role played by women in the journey towards a developed India, underlining the government’s focus on women-led development over the past 11 years.

The Prime Minister said that our mothers, sisters and daughters have seen times when they had to face difficulties at every step. But today they are not only participating actively in the resolution of a developed India, but are also setting examples in every field from education to business. Shri Modi further added that the successes of Nari Shakti in the last 11 years are a matter of pride for all citizens.

The Prime Minister noted that the NDA Government has redefined women-led development through a series of impactful initiatives. These include ensuring dignity through the Swachh Bharat Abhiyan, financial inclusion via Jan Dhan accounts, and empowerment at the grassroots level.

He cited Ujjwala Yojana as a milestone that brought smoke-free kitchens to several homes. He also highlighted how MUDRA loans have enabled lakhs of women to become entrepreneurs and pursue their dreams independently. The provision of houses in women’s names under the PM Awas Yojana has also made a remarkable impact on their sense of security and empowerment.

The Prime Minister also recalled the Beti Bachao Beti Padhao campaign, which he described as a national movement to protect the girl child.

Shri Modi affirmed that in all sectors- including science, education, sports, StartUps, and the armed forces-women are excelling and inspiring several people.

The Prime Minister shared these remarks through a series of posts on X;

"हमारी माताओं-बहनों और बेटियों ने वो दौर भी देखा है, जब उन्हें कदम-कदम पर मुश्किलों का सामना करना पड़ता था। लेकिन आज वे ना सिर्फ विकसित भारत के संकल्प में बढ़-चढ़कर भागीदारी निभा रही हैं, बल्कि शिक्षा और व्यवसाय से लेकर हर क्षेत्र में मिसाल कायम कर रही हैं। बीते 11 वर्षों में हमारी नारीशक्ति की सफलताएं देशवासियों को गौरवान्वित करने वाली हैं।

#11YearsOfSashaktNari"

"Over the last 11 years, the NDA Government has redefined women-led development.
Various initiatives, from ensuring dignity through Swachh Bharat to financial inclusion via Jan Dhan accounts, the focus has been on empowering our Nari Shakti. Ujjwala Yojana brought smoke-free kitchens to several homes. MUDRA loans enabled lakhs of women entrepreneurs to pursue dreams on their own terms. Houses under the women’s name in PM Awas Yojana too have made a remarkable impact.

Beti Bachao Beti Padhao ignited a national movement to protect the girl child.

In all sectors, including science, education, sports, StartUps and the armed forces, women are excelling and inspiring several people.

#11YearsOfSashaktNari"