প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নওৰোজ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“নওৰোজ মোবাৰক! মই এই পৱিত্ৰ উপলক্ষত সকলোৰে সুখ আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। আগন্তুক বছৰটোৱে যেন আমাৰ সমাজত অধিক সমৃদ্ধি আৰু সমন্বয়ৰ মনোভাৱৰ সঞ্চাৰ কৰে, তাৰেই কামনা কৰিলো।”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Operation Sindoor: A fitting blow to Pakistan, the global epicentre of terror

Media Coverage

Operation Sindoor: A fitting blow to Pakistan, the global epicentre of terror
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মে’ 2025
May 21, 2025

Appreciation for PM Modi’s Leadership in Health, Trade, and Security