প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“শ্ৰী গুৰু গ্ৰন্থ চাহিব কালজয়ী প্ৰজ্ঞা আৰু সীমাহীন কৰুণাৰ পোহৰ হিচাপে ধৰা দিছে। ঈশ্বৰত্বত বিলীন হোৱা ইয়াৰ পদবোৰে সময় আৰু সীমা অতিক্ৰম কৰি লাখ লাখ লোকক প্ৰেম, ঐক্য আৰু শান্তিৰ পথলৈ লৈ যায়। ই আমাক মানৱতাক আকোৱালি ল’বলৈ, নিস্বাৰ্থ সেৱাক লালন-পালন কৰিবলৈ আৰু জীৱনৰ প্ৰতিটো দিশতে সমন্বয় বিচাৰিবলৈ অনুপ্ৰাণিত কৰে। শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পৰ্ব উপলক্ষ সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”
Sri Guru Granth Sahib stands as a beacon of timeless wisdom and boundless compassion. Its verses, steeped in divinity, transcend time and boundaries, guiding millions towards a path of love, unity and peace. It inspires us to embrace humanity, cherish selfless service and seek… pic.twitter.com/PY6ZgdxuKC
— Narendra Modi (@narendramodi) September 16, 2023
ਸ੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਸਦੀਵੀ ਗਿਆਨ ਅਤੇ ਅਸੀਮ ਰਹਿਮਤ ਦੇ ਪ੍ਰਤੀਕ ਹਨ। ਸ੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਵਿੱਚ ਦਰਜ ਬਾਣੀ, ਬ੍ਰਹਮਤਾ ਨਾਲ ਭਰਪੂਰ, ਸਮੇਂ ਅਤੇ ਸੀਮਾਵਾਂ ਤੋਂ ਪਰ੍ਹੇ, ਲੱਖਾਂ ਲੋਕਾਂ ਨੂੰ ਪਿਆਰ, ਏਕਤਾ ਅਤੇ ਸ਼ਾਂਤੀ ਦੇ ਮਾਰਗ ਵੱਲ ਸੇਧਿਤ ਕਰਦੀ ਹੈ। ਇਹ ਸਾਨੂੰ ਮਾਨਵਤਾ ਨੂੰ ਗਲੇ ਲਗਾਉਣ, ਨਿਰਸਵਾਰਥ ਸੇਵਾ ਕਰਨ ਅਤੇ ਜੀਵਨ ਦੇ ਹਰ ਪਹਿਲੂ… pic.twitter.com/i3s57jORk2
— Narendra Modi (@narendramodi) September 16, 2023