প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘চেতি চান্দ’ উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"চেতি চান্দ’ৰ শুভেচ্ছা জনাইছো। জয় ঝুলেলাল!"
Best wishes on Cheti Chand. Jai Jhulelal! pic.twitter.com/4X33YxuK13
— Narendra Modi (@narendramodi) March 22, 2023