প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"দেশবাসীক নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছো। শক্তি-বন্দনাৰ প্ৰতি সমৰ্পিত এই পবিত্ৰ উৎসৱ সকলোৰে বাবে শুভ প্ৰমাণিত হওঁক, এইটোৱেই কামনা। জয় মাতা দি!"
समस्त देशवासियों को नवरात्रि की असीम शुभकामनाएं। शक्ति-वंदना को समर्पित यह पावन पर्व हर किसी के लिए शुभकारी सिद्ध हो, यही कामना है। जय माता दी!
— Narendra Modi (@narendramodi) October 3, 2024