প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছক অভিনন্দন জনাইছে।
"আন্তৰিক অভিনন্দন কমলা হেৰিছ! আপোনাৰ সফলতা অভূতপূৰ্ব আৰু আপোনাৰ কেৱল পৰিয়ালৰ বাবেই নহয়, বৰঞ্চ সকলো ভাৰতীয়মূলৰ আমেৰিকানৰ বাবে অসীম গৌৰৱৰ কথা। মই বিশ্বাসী যে আপোনাৰ সমৰ্থন আৰু নেতৃত্বত ভাৰত-আমেৰিকাৰ স্পন্দনশীল সম্বন্ধ প্ৰগাঢ় হৈ উঠিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
Heartiest congratulations @KamalaHarris! Your success is pathbreaking, and a matter of immense pride not just for your chittis, but also for all Indian-Americans. I am confident that the vibrant India-US ties will get even stronger with your support and leadership.
— Narendra Modi (@narendramodi) November 7, 2020