প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰ্চুলা ভন ডেৰ লেয়েনক ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ়কৰণৰ বাবে তেখেত একেলগে কাম কৰিবলৈ আগ্ৰহী।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
"ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত @vonderleyen-ক অভিনন্দন জনালোঁ। মই বিশ্বৰ কল্যাণৰ বাবে ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ়কৰণৰ অৰ্থে একেলগে কাম কৰিবলৈ আগ্ৰহী হৈ উঠিছোঁ।"
Congratulations, @vonderleyen, on your re-election as the President of the European Commission. Look forward to working together to strengthen the 🇮🇳-🇪🇺 Strategic Partnership for global good.
— Narendra Modi (@narendramodi) July 19, 2024