প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কখনে বিৰুধুনগৰৰ উচ্চাকাংক্ষী জিলাৰ স্থানীয় অৰ্থনীতিক শক্তিশালী কৰি তুলিব।
মেগা টেক্সটাইল পাৰ্ক মুকলি কৰাৰ কথা ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কৰা এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এই কথা সদৰী কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"আজিৰ দিনটো তামিলনাডুৰ মোৰ ভাই-ভনীসকলৰ বাবে এক বিশেষ দিন! বিৰুধুনগৰৰ উচ্চাকাংক্ষী জিলাখনত থাকিব প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কখন। এই পাৰ্কখনে স্থানীয় অৰ্থনীতিক শক্তিশালী কৰি তুলিব আৰু ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে ই লাভজনক বুলি প্ৰমাণিত হ'ব।
#PragatiKaPMMitra"
Today is a very special day for my sisters and brothers of Tamil Nadu! The aspirational district of Virudhunagar will be home to a PM MITRA mega textiles park. This will boost the local economy and will prove to be beneficial for the youngsters of the state. #PragatiKaPMMitra https://t.co/h8n44xs6Pi
— Narendra Modi (@narendramodi) March 22, 2023
தமிழ்நாட்டில் உள்ள எனது சகோதர, சகோதரிகளுக்கு இன்று சிறப்பான நாள்! முன்னேற விழையும் மாவட்டமான விருதுநகர், பிரதமரின் மித்ரா மெகா ஜவுளிப் பூங்காவின் உறைவிடமாக இருக்கும். இது உள்ளூர் பொருளாதாரத்தை மேம்படுத்துவதோடு, தமிழ்நாட்டின் இளைஞர்களுக்கும் பயனளிக்கும்.#PragatiKaPMMitra https://t.co/h8n44xs6Pi
— Narendra Modi (@narendramodi) March 22, 2023