প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰাত শ্রী পুষ্কৰ সিং ধামিক অভিনন্দন জনাইছে।
এটা ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, “উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱাত @pushkardhami জীক অভিন্দনন। দেৱভূমি উত্তৰাখণ্ডই যোৱা পাঁচ বছৰত প্রতিটো ক্ষেত্রত অগ্রগতি কৰিছে। আপুনি আৰু আপোনাৰ মন্ত্রীসভাৰ সকলো সদস্যই এই অগ্রগতিক অধিক ত্বৰান্বিত কৰিব আৰু জনগণৰ আকাঙ্খা পূৰণত বিকাশৰ এক নতুন মডেল গঢ়ি তুলিব বুলি মোৰ দৃঢ় বিশ্বাস”।
उत्तराखंड के मुख्यमंत्री के रूप में शपथ लेने पर @pushkardhami जी को ढेरों बधाई। बीते 5 वर्षों में देवभूमि ने हर क्षेत्र में तेजी से प्रगति की है। मुझे विश्वास है कि आप और आपके सभी मंत्री उसे और गति प्रदान करेंगे, जन आकांक्षाओं के अनुरूप विकास का एक नया प्रतिमान स्थापित करेंगे।
— Narendra Modi (@narendramodi) March 23, 2022