প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পু. লালডুহোমাক অভিনন্দন জ্ঞাপন কৰিছে।
টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা পু. লালডুহোমাক অভিনন্দন জনাইছো। কেন্দ্ৰই মিজোৰামৰ লোকসকলৰ আশা-আকাংক্ষা পুৰণ কৰাৰ বাবে নতুন চৰকাৰৰ সৈতে নিবি়ভাৱে কাম কৰিব।”
Congratulations to Pu. Lalduhoma on taking oath as the Chief Minister of Mizoram. The Centre will work closely with the new Government in order to fulfil the aspirations of the wonderful people of Mizoram.
— Narendra Modi (@narendramodi) December 8, 2023