প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এন.ৰংগাস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
“মই শ্ৰী এন.ৰংগাস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰো। তেওঁক আগন্তুক কাৰ্যকালৰ শুভকামনা জনালো।”
I would like to congratulate Shri N.Rangasamy Ji on taking oath as Puducherry CM. Best wishes for the tenure ahead.
— Narendra Modi (@narendramodi) May 7, 2021