প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰী জগদীপ ধনখৰক অভিনন্দন জ্ঞাপন কৰিছে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“সকলো দলৰ ব্যাপক সমৰ্থনেৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰী জগদীপ ধনখৰ জীক অভিনন্দন জনাইছো৷ মোৰ বিশ্বাস যে তেওঁ এগৰাকী অসাধাৰণ উপ-ৰাষ্ট্ৰপতি হ’ব৷ তেওঁৰ বুদ্ধি আৰু প্ৰজ্ঞাৰ জৰিয়তে আমাৰ দেশখনৰ প্ৰচণ্ড লাভ হ’ব।” @jdhankhar1"

“মই সকলো সাংসদত ধন্যবাদ জনাইছো, যিসকলে শ্ৰী ধনখৰ জীক ভোটদান কৰিলে৷ যি সময়ত ভাৰতে আজাদী কা অমৃত মহোৎসৱ পালন কৰিছে, সেই সময়ত আমি উৎকৃষ্ট আইনী জ্ঞান আৰু বৌদ্ধিক দক্ষতা থকা এজন কৃষকৰ পুত্ৰক উপ-ৰাষ্ট্ৰপতি হিচাপে লাভ কৰি গৌৰৱবোধ কৰিছো৷@jdhankhar1”

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...

Prime Minister Shri Narendra Modi met with the Prime Minister of Dominica H.E. Mr. Roosevelt Skeritt on the sidelines of the 2nd India-CARICOM Summit in Georgetown, Guyana.

The leaders discussed exploring opportunities for cooperation in fields like climate resilience, digital transformation, education, healthcare, capacity building and yoga They also exchanged views on issues of the Global South and UN reform.