ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী হেমন্ত সোৰেণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জ্ঞাপন কৰে।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী হেমন্ত সোৰেনক অভিনন্দন জনাইছোঁ। আগন্তুক কাৰ্যকালৰ বাবে তেওঁলৈ শুভেচ্ছা জনাইছোঁ।
@HemantSorenJMM”
Congratulations to Shri Hemant Soren on taking oath as Jharkhand CM. Best wishes to him for his tenure ahead.@HemantSorenJMM
— Narendra Modi (@narendramodi) November 28, 2024