প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত ধনুৰ্বিদ্যাত সোণৰ পদক অৰ্জন কৰাৰ বাবে শীতল দেৱী আৰু ৰাকেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ 

"আমাৰ পেৰা আৰ্চাৰী মিক্সড দলৰ বাবে ই এক গৌৰৱময় স্বৰ্ণ জয়।

শীতল দেৱী আৰু ৰাকেশ কুমাৰক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছোঁ।

এই গৌৰৱ তেওঁলোকৰ দৃঢ়তা, নিষ্ঠা আৰু ব্যতিক্ৰমী দক্ষতাৰ এক প্ৰমাণ।" 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Budget 2025: Startups cheer five-year extension for tax incentives

Media Coverage

Budget 2025: Startups cheer five-year extension for tax incentives
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 ফেব্ৰুৱাৰী 2025
February 02, 2025

Appreciation for PM Modi's Visionary Leadership and Progressive Policies Driving India’s Growth