প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"ত্ৰিপুৰাৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই দিৱসত ৰাজ্যখনৰ অনন্য ইতিহাস আৰু চহকী ঐতিহ্যৰ উদযাপন হওঁক। মই ত্ৰিপুৰাবাসীৰ সমৃদ্ধি আৰু সম্প্ৰীতি কামনা কৰিলোঁ।"
Heartfelt wishes on Statehood Day to the people of Tripura. May this day celebrate the unique history and rich heritage of the state. Wishing prosperity and harmony to the people of Tripura.
— Narendra Modi (@narendramodi) January 21, 2024