প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানেক্টিভিটী, শিক্ষা, পৰ্যটন আৰু শক্তিৰ দৰে মুখ্য খণ্ডসমূহক সামৰি লোৱা উন্নয়নমূলক কামৰ বাবে নাগালেণ্ডৰ জনসাধাৰণক অভিনন্দন জনাইছে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ এটা টুইটৰ প্ৰতিক্ৰিয়াত, প্ৰধানমন্ত্ৰীয়ে কৈছে;

"কানেক্টিভিটী, শিক্ষা, পৰ্যটন আৰু শক্তিৰ দৰে মুখ্য খণ্ডসমূহক সামৰি লোৱা উন্নয়নমূলক কামৰ বাবে নাগালেণ্ডৰ মোৰ ভগ্নী আৰু ভাতৃসকলক অভিনন্দন। নাগালেণ্ডৰ গতিশীল জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাত এনডিএ চৰকাৰ সংকল্পবদ্ধ।"

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PM Modi conferred with Mauritius' highest national award, dedicates it to Indian ancestors in the island nation

Media Coverage

PM Modi conferred with Mauritius' highest national award, dedicates it to Indian ancestors in the island nation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মাৰ্চ 2025
March 12, 2025

Appreciation for PM Modi’s Reforms Powering India’s Global Rise