বাংলাদেশৰ নৱগঠিত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা পদ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছক অভিনন্দন জনাইছে।

প্রধানমন্ত্রীয়ে চুবুৰীয়া দেশখনৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ লগতে হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষাৰ কামনা কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে এই পোষ্ট কৰে;

"অধ্যাপক মহম্মদ ইউনুছক তেওঁৰ নতুন দায়িত্ব গ্ৰহণ কৰাৰ বাবে মোৰ শুভেচ্ছা। আমি আশা কৰিছোঁ যে পৰিস্থিতি অতি সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব, হিন্দু আৰু আন সকলো সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰিব। শান্তি, নিৰাপত্তা আৰু বিকাশৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ উমৈহতীয়া আকাংক্ষাসমূহ পূৰণৰ বাবে বাংলাদেশৰ সৈতে কাম কৰাৰ ভাৰতৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব।”

 

 

  • Lal Singh Chaudhary October 07, 2024

    झुकती है दुनिया झुकाने वाला चाहिए शेर ए हिन्दुस्तान मोदी जी को बहुत-बहुत बधाई एवं हार्दिक शुभकामनाएं 🙏🙏🙏
  • Vivek Kumar Gupta October 03, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 03, 2024

    नमो ......................🙏🙏🙏🙏🙏
  • Dheeraj Thakur September 27, 2024

    जय श्री राम जय श्री राम
  • Dheeraj Thakur September 27, 2024

    जय श्री राम
  • प्रभात दीक्षित September 23, 2024

    जय श्री राधे राधे
  • प्रभात दीक्षित September 23, 2024

    जय श्री राधे कृष्ण
  • प्रभात दीक्षित September 23, 2024

    जय श्री राधे श्याम
  • கார்த்திக் September 22, 2024

    🪷ஜெய் ஸ்ரீ ராம்🌸जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🪷జై శ్రీ రామ్🪷🌸JaiShriRam🪷🌸 🪷জয় শ্ৰী ৰাম🪷ജയ് ശ്രീറാം🪷ଜୟ ଶ୍ରୀ ରାମ🪷🌸
  • Bantu Indolia (Kapil) BJP September 19, 2024

    jay shree ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian IPOs set to raise up to $18 billion in second-half surge

Media Coverage

Indian IPOs set to raise up to $18 billion in second-half surge
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2025
July 11, 2025

Appreciation by Citizens in Building a Self-Reliant India PM Modi's Initiatives in Action