প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পেৰা বেডমিণ্টন মহিলা ডাবলছ SH6 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা নিত্যা শ্রী শিৱন আৰু ৰচনা পেটেলক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটত কয়, “এছিয়ান পেৰা গেমছৰ পেৰা বেডমিণ্টন মহিলা ডাবলছ SH6 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা নিত্যা শ্রী শিৱন আৰু ৰচনা পেটেলক অভিনন্দন। এই কৃতিত্ব তেওঁলোকৰ দক্ষতা আৰু দলীয় কামৰ শক্তিৰ বাবেই সম্ভৱ হৈছে। তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা থাকিল।"
Congratulations to @07nithyasre and Rachana Patel for their well-deserved Bronze in Para Badminton Women's Doubles SH6 event at the Asian Para Games.
— Narendra Modi (@narendramodi) October 26, 2023
This achievement is due to their skill and the power of their teamwork. Best wishes for the upcoming endeavours. pic.twitter.com/puuF6NYg9l