প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ-নিৰ্বাচিত শ্ৰীমতী মেট্টে ফ্ৰেডেৰিকচেনক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
"ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ-নিৰ্বাচিত শ্ৰীমতী মেট্টে ফ্ৰেডেৰিকচেনক উষ্ম অভিনন্দন জনালো। ভাৰত-ডেনমাৰ্কৰ সেউজ কৌশলগত অংশীদাৰিত্ব সুদৃঢ়কৰণৰ ক্ষেত্ৰত আমাৰ সহযোগিতা অব্যাহত ৰাখিবলৈ মই আগ্ৰহী হৈ উঠিছো। @Statsmin"।
Warm congratulations to Ms. Mette Frederiksen for her re-election as the Prime Minister of Denmark. I look forward to continuing our cooperation in strengthening the India-Denmark Green Strategic Partnership. @Statsmin
— Narendra Modi (@narendramodi) December 15, 2022