প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লিঅ ভাৰাদকাৰক তাওচিচ (আয়াৰলেণ্ড)ৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"দ্বিতীয়বাৰৰ বাবে তাওচিচ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে @LeoVaradkar অভিনন্দন। আমি আয়াৰলেণ্ডৰ সৈতে আমাৰ ঐতিহাসিক সম্পৰ্ক, অংশীদাৰী সাংবিধানিক মূল্যবোধ আৰু বহুমুখী সহযোগিতাক যথেষ্ট গুৰুত্ব দিছো। মই আমাৰ জীৱন্ত অৰ্থনীতিৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰিবলৈ একেলগে কাম কৰিবলৈ আশাবাদী।"
Congratulations @LeoVaradkar on assuming office as Taoiseach for the second time. Highly value our historical ties, shared constitutional values & multi-faceted cooperation with Ireland. Look forward to working together to realise the full potential of our vibrant economies.
— Narendra Modi (@narendramodi) December 17, 2022