প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) দ্বিতীয় পৰ্যায়ৰ অধীনত 'মডেল' শ্ৰেণীত অ'ডিএফ প্লাছৰ মৰ্যাদা অৰ্জন কৰা ১০০% জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ গাঁওসমূহৰ বাবে জম্মু-কাশ্মীৰক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে X ত পোষ্ট কৰিছে:
"এয়া এক প্ৰশংসামূলক প্ৰচেষ্টা, যাৰ বাবে মই জম্মু-কাশ্মীৰৰ লোকসকলক অভিনন্দন জনাইছোঁ। এক পৰিষ্কাৰ আৰু স্বাস্থ্যৱান ভাৰতৰ দিশত আমাৰ যাত্ৰাত এইটো এক স্মৰণীয় পদক্ষেপ"
Laudatory effort, for which I congratulate the people of Jammuand Kashmir. This is a monumental step in our journey towards a cleaner and healthier India. https://t.co/daxXYQ3aFY
— Narendra Modi (@narendramodi) October 2, 2023