PSLV-C49/EOS-01 অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো) আৰু ভাৰতৰ মহাকাশ উদ্যোগক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি PSLV-C49/EOS-01 অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো) আৰু ভাৰতৰ মহাকাশ উদ্যোগক মই অভিনন্দন জনাইছোঁ। কভিড-১৯ৰ সময়ত আমাৰ বিজ্ঞানীসকলে বহু বাধা অতিক্ৰম কৰি সময়সীমাত উপনীত হ’বলৈ সক্ষম হৈছে।
মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু লুক্সেমবৰ্গৰ প্ৰত্যেকৰে চাৰিটাকৈ আৰু লিথুৱেনিয়াৰ এটাকে ধৰি ৯টা ছেটেলাইটো এই অভিযানত উত্ক্ষেপন কৰা হয়।’
Nine satellites, including four each from the US and Luxembourg and one from Lithuania, have also been launched in the Mission.
— Narendra Modi (@narendramodi) November 7, 2020
I congratulate @ISRO and India's space industry for the successful launch of PSLV-C49/EOS-01 Mission today. In the time of COVID-19, our scientists overcame many constraints to meet the deadline.
— Narendra Modi (@narendramodi) November 7, 2020