PSLV-C49/EOS-01 অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো) আৰু ভাৰতৰ মহাকাশ উদ্যোগক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি PSLV-C49/EOS-01 অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো) আৰু ভাৰতৰ মহাকাশ উদ্যোগক মই অভিনন্দন জনাইছোঁ। কভিড-১৯ৰ সময়ত আমাৰ বিজ্ঞানীসকলে বহু বাধা অতিক্ৰম কৰি সময়সীমাত উপনীত হ’বলৈ সক্ষম হৈছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু লুক্সেমবৰ্গৰ প্ৰত্যেকৰে চাৰিটাকৈ আৰু লিথুৱেনিয়াৰ এটাকে ধৰি ৯টা ছেটেলাইটো এই অভিযানত উত্ক্ষেপন কৰা হয়।’

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Artificial intelligence & India: The Modi model of technology diffusion

Media Coverage

Artificial intelligence & India: The Modi model of technology diffusion
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 মাৰ্চ 2025
March 22, 2025

Citizens Appreciate PM Modi’s Progressive Reforms Forging the Path Towards Viksit Bharat