প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলক অভিনন্দন জনাইছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"পিএছএলভি চি৫২ অভিযানৰ সফল উৎক্ষেপণৰ বাবে আমাৰ মহাকাশ বিজ্ঞানীসকলক অভিনন্দন জনাইছো। ইঅ’এছ-০৪ উপগ্ৰহে কৃষি, বন আৰু বৃক্ষৰোপণ, মাটিৰ আৰ্দ্ৰতা আৰু জলবিজ্ঞানৰ লগতে বানপানীৰ মেপিঙৰ বাবে সকলো বতৰ পৰিস্থিতিতে উচ্চ ৰিজলিউশ্যন ছবি প্ৰদান কৰিব।"
Congratulations to our space scientists on the successful launch of PSLV C52 mission. EOS-04 satellite will provide high resolution images under all weather conditions for agriculture, forestry and plantations, soil moisture and hydrology as well as flood mapping.
— Narendra Modi (@narendramodi) February 14, 2022