পিএছএলভি চি৫৩ অভিযানৰ দ্বাৰা মহাকাশত ভাৰতীয় ষ্টাৰ্ট-আপৰ দুটা পেলোড সফলভাৱে উৎক্ষেপণ কৰাৰ বাবে ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"মহাকাশত ভাৰতীয় ষ্টাৰ্ট-আপৰ দুটা পেলোড উৎক্ষেপণ কৰি পিএছএলভি চি৫৩ অভিযানে এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিছে। তেওঁলোকৰ এই সফলতাৰ বাবে মই @INSPACeIND আৰু @isro ক অভিনন্দন জনাইছোঁ।
অদূৰ ভৱিষ্যতে আৰু বহু ভাৰতীয় কোম্পানীয়ে মহাকাশত উপস্থিত হ'ব বুলি মই আশাবাদী।"
The PSLV C53 mission has achieved a new milestone by launching two payloads of Indian Start-ups in Space. Congratulations @INSPACeIND and @isro for enabling this venture. Confident that many more indian companies will reach Space in near future.
— Narendra Modi (@narendramodi) July 1, 2022