প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিউএছ ৱৰ্ল্ড ইউনিভাৰছিটী ৰেংকিং ২০২২ৰ শীৰ্ষ ২০০ প্ৰতিষ্ঠানৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে আইআইটি বোম্বাই, আইআইটি দিল্লী আৰু আইআইএছচি বেংগালুৰুক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়ঃ '@iiscbangalore @iitbombay আৰু @iitdelhiক অভিনন্দন। ভাৰতৰ অধিকতকৈও অধিক বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ দ্বাৰা বৈশ্বিক উৎকৃষ্টতা সুনিশ্চিত কৰা আৰু যুৱক-যুৱতীৰ মাজত বৌদ্ধিক দক্ষতাৰ সমৰ্থন কৰিবৰ বাবে প্ৰয়াস চলাই থকা হৈছে।'
https://pib.gov.in/PressReleasePage.aspx?PRID=1725638”
Congratulations to @iiscbangalore, @iitbombay and @iitdelhi. Efforts are underway to ensure more universities and institutions of India scale global excellence and support intellectual prowess among the youth. https://t.co/NHnQ8EvN28
— Narendra Modi (@narendramodi) June 9, 2021