প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জন পম্বে মাগুফুলিক অভিনন্দন জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জন পম্বে মাগুফুলিক মই অভিনন্দন জনাইছো৷ দুয়োখন দেশৰ সৈতে দীর্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্কক আৰু অধিক সুদৃঢ় কৰি আপোনাৰ সৈতে একেলগে কাম কৰাৰ বাবে মই আগ্ৰহেৰে বাট চাই ৰ’লো৷”
My congratulations to H.E. John Pombe Magufuli for being sworn-in as President of Tanzania! I look forward to working with him to further strengthen the long-standing friendship between our countries. @MagufuliJP
— Narendra Modi (@narendramodi) November 5, 2020