Quoteপ্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে তেওঁৰ চমৎকাৰ আৰু সুন্দৰ বিজয়ে আমেৰিকান জনসাধাৰণৰ গভীৰ বিশ্বাসক প্ৰতিফলিত কৰিছে
Quoteদুয়োগৰাকী নেতাই বিশ্বশান্তি আৰু স্থিৰতাৰ বাবে ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বৰ কথা দোহাৰে
Quoteতেওঁলোকে বিস্তৃত অঞ্চলত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি মহামান্য শ্ৰীযুত ডনাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচনৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনত ‘ৰিপাব্লিকান পাৰ্টী’ৰ সাফল্যৰ বাবে তেওঁক উষ্ম অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ চমৎকাৰ আৰু সুন্দৰ বিজয়ে তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ প্ৰতি আমেৰিকান জনসাধাৰণৰ গভীৰ বিশ্বাসকে প্ৰতিফলিত কৰিছে।

ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বৰ ইতিবাচক গতি প্ৰতিফলিত কৰা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালত ২০১৯ৰ ছেপ্টেম্বৰত হিউষ্টনত ‘হাউডি মোদী’ অনুষ্ঠান আৰু ২০২০ৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত আহমেদাবাদত ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানত তেওঁলোকৰ স্মৰণীয় বাৰ্তালাপৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবে লগতে বিশ্বশান্তি আৰু স্থিৰতাৰ বাবে ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বৰ কথা দোহাৰে।

তেওঁলোকে প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু অন্যান্য কেবাটাও ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

 

  • सुधीर बुंगालिया January 11, 2025

    भारत की संयुक्त राष्ट्र संघ में स्थाई सदस्यता हो
  • Mahesh Kulkarni January 10, 2025

    congratulation
  • Ganesh Dhore January 01, 2025

    जय श्री राम 🙏
  • Vivek Kumar Gupta December 29, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 29, 2024

    नमो .......................🙏🙏🙏🙏🙏
  • Gopal Saha December 23, 2024

    hi
  • Vishal Seth December 17, 2024

    जय श्री राम
  • ram Sagar pandey December 02, 2024

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय श्रीराम 🙏💐🌹जय माँ विन्ध्यवासिनी👏🌹💐
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha November 30, 2024

    जय हो
  • Avdhesh Saraswat November 29, 2024

    HAR BAAR MODI SARKAR
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Global aerospace firms turn to India amid Western supply chain crisis

Media Coverage

Global aerospace firms turn to India amid Western supply chain crisis
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Former UK PM, Mr. Rishi Sunak and his family meets Prime Minister, Shri Narendra Modi
February 18, 2025

Former UK PM, Mr. Rishi Sunak and his family meets Prime Minister, Shri Narendra Modi today in New Delhi.

Both dignitaries had a wonderful conversation on many subjects.

Shri Modi said that Mr. Sunak is a great friend of India and is passionate about even stronger India-UK ties.

The Prime Minister posted on X;

“It was a delight to meet former UK PM, Mr. Rishi Sunak and his family! We had a wonderful conversation on many subjects.

Mr. Sunak is a great friend of India and is passionate about even stronger India-UK ties.

@RishiSunak @SmtSudhaMurty”