গোৰখপুৰৰ ‘গীতা প্ৰেছ’ক ‘গান্ধী শান্তি বঁটা ২০২১’ প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"গান্ধী শান্তি বঁটা ২০২১ প্ৰদান কৰাৰ বাবে মই গোৰখপুৰৰ ‘গীতা প্ৰেছ’ক অভিনন্দন জনাইছোঁ। তেওঁলোকে যোৱা ১০০টা বছৰত জনসাধাৰণৰ মাজত সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ সূচনা কৰাৰ ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰিছে।

@GitaPress

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Budget 2025: Defence gets Rs 6.81 trn; aircraft, engines, ships in focus

Media Coverage

Budget 2025: Defence gets Rs 6.81 trn; aircraft, engines, ships in focus
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ফেব্ৰুৱাৰী 2025
February 01, 2025

Budget 2025-26 Viksit Bharat’s Foundation Stone: Inclusive, Innovative & India-First Policies under leadership of PM Modi