ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ড০ মাণিক সাহাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী@DrManikSaha2লৈ অভিনন্দন জনাইছো। এটি সফল কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰিছো। ২০১৮ চনত আৰম্ভ হোৱা ত্ৰিপুৰাৰ উন্নয়ণী যাত্ৰালৈ তেওঁ সাফল্যৰ লহৰ আনিব পাৰিব বুলি মই বিশ্বাস কৰো”।
Congratulations to Shri @DrManikSaha2 on taking oath as Tripura’s CM. Best wishes to him for a fruitful tenure. I am confident he will add vigour to the development journey of Tripura which began in 2018.
— Narendra Modi (@narendramodi) May 15, 2022