Quoteভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী য়াইৰ লেপিডকো ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত সফলতা লাভ কৰাৰ বাবে বেঞ্জামিন নেতান্যাহুক অভিনন্দন জনায়৷

প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী য়াইৰ লেপিডকো ধন্যবাদ জ্ঞাপন কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“নিৰ্বাচনত লাভ কৰা সফলতাৰ বাবে মোৰ বন্ধু @netanyahuক মাজেল টোভ৷ ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমাৰ যৌথ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ মই আগ্ৰহী।"

"ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি আপোনাৰ অগ্ৰাধিকাৰৰ বাবে @yairlapidক ধন্যবাদ জনাইছো। আমাৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ বাবে আমাৰ ফলপ্ৰসূ ধাৰণা বিনিময় অব্যাহত ৰাখিব বুলি আশা কৰিছো।"

 

 

 

  • இராம. செந்தில் November 06, 2022

    பாரத் மாதா ஜே வாழ்க பாரத பிரதமர்
  • Umakant Mishra November 05, 2022

    congratulations
  • KALYANASUNDARAM S B November 05, 2022

    Jai Modi Ji Sarkar 🇮🇳👍🇮🇳🇮🇳🙏
  • KALYANASUNDARAM S B November 05, 2022

    Namo Namo 🙏🇮🇳🇮🇳🙏
  • KALYANASUNDARAM S B November 05, 2022

    Jai Bjp
  • KALYANASUNDARAM S B November 05, 2022

    Jai Bharath 🇮🇳
  • KALYANASUNDARAM S B November 05, 2022

    🇮🇳 Namo Bharath 🇮🇳🇮🇳
  • KALYANASUNDARAM S B November 05, 2022

    Vande Mataram 🇮🇳🇮🇳
  • KALYANASUNDARAM S B November 05, 2022

    Vande Mataram 🇮🇳
  • KALYANASUNDARAM S B November 05, 2022

    🇮🇳 Bharath Matha Ki Jai 🇮🇳🇮🇳🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman

Media Coverage

Khadi products witnessed sale of Rs 12.02 cr at Maha Kumbh: KVIC chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মাৰ্চ 2025
March 09, 2025

Appreciation for PM Modi’s Efforts Ensuring More Opportunities for All