প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে,

‘কিংবদন্তি তবলা বাদক ওস্তাদ জাকিৰ হুছেইন জীৰ মৃত্যুত মৰ্মাহত হৈছো। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ জগতখনত আলোড়ন সৃষ্টি কৰা এগৰাকী প্ৰকৃত প্ৰতিভাশালী ব্যক্তি হিচাপে তেওঁ স্মৰণীয় হৈ ৰ’ব। তেওঁ তবলাক বিশ্ব মঞ্চলৈ লৈ গৈ নিজৰ অনন্য ছন্দৰে লাখ লাখ লোকক মন্ত্ৰমুগ্ধ কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ ভাৰতীয় শাস্ত্ৰীয় পৰম্পৰাক বিশ্ব সংগীতৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংমিশ্ৰণ কৰি সাংস্কৃতিক ঐক্যৰ প্ৰতীক হৈ পৰিছিল। তেওঁৰ আকৰ্ষণীয় পৰিবেশন আৰু অন্তস্পৰ্শী ৰচনাই সংগীতজ্ঞ আৰু সংগীতপ্ৰেমীসকলক অনুপ্ৰাণিত কৰাত অৰিহণা যোগাব। তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু বিশ্ব সংগীত সমাজলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।”

 

 

  • Brind Kesri February 22, 2025

    Jai shree Krishna
  • kranthi modi February 22, 2025

    ram ram 🚩🙏
  • Janardhan February 21, 2025

    मोदी ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
  • Janardhan February 21, 2025

    मोदी ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
  • Janardhan February 21, 2025

    मोदी ❤️❤️❤️❤️❤️❤️❤️❤️
  • Janardhan February 21, 2025

    मोदी ❤️❤️❤️❤️❤️❤️
  • Janardhan February 21, 2025

    मोदी ❤️❤️❤️❤️❤️
  • Vivek Kumar Gupta February 12, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 12, 2025

    नमो ..........................🙏🙏🙏🙏🙏
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
‘India has every right to defend itself’: Germany backs New Delhi after Operation Sindoor

Media Coverage

‘India has every right to defend itself’: Germany backs New Delhi after Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Administrator of the Union Territory of Dadra & Nagar Haveli and Daman & Diu meets Prime Minister
May 24, 2025

The Administrator of the Union Territory of Dadra & Nagar Haveli and Daman & Diu, Shri Praful K Patel met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“The Administrator of the Union Territory of Dadra & Nagar Haveli and Daman & Diu, Shri @prafulkpatel, met PM @narendramodi.”