প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।

এক্সৰ পোষ্টত তেওঁ লিখেঃ

“উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত পথ দুৰ্ঘটনা অতি বেদনাদায়ক। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভগৱানে তেওঁলোকক এই যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি দিয়ক। মই লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছে।”

শ্ৰী মোদীয়ে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে। তেওঁ লগতে কয় যে আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলি কয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্ট কয়ঃ

“প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিজন মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।”

  • JYOTI KUMAR SINGH December 09, 2024

    🙏
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha December 04, 2024

    नमो नमो
  • Pramod Kumar Dubey December 01, 2024

    जय भाजपा तय भाजपा
  • Vivek Kumar Gupta November 03, 2024

    Namo Namo #BJPSadasyata2024 #HamaraAppNaMoApp #VivekKumarGuptaMission2024-#विजय✌️

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta November 03, 2024

    नमो .......................🙏🙏🙏🙏🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
For PM Modi, women’s empowerment has always been much more than a slogan

Media Coverage

For PM Modi, women’s empowerment has always been much more than a slogan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মাৰ্চ 2025
March 08, 2025

Citizens Appreciate PM Efforts to Empower Women Through Opportunities