প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইবুলি টুইট কৰে;
"উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত অত্যন্ত দুখ পাইছো। নিহতসকলৰ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। দুখৰ এই সময়ত ঈশ্বৰে তেওঁলোকক শক্তি প্ৰদান কৰকঃ প্ৰধানমন্ত্ৰী।"
उत्तर प्रदेश के बरेली में हुए सड़क हादसे से अत्यंत दुख हुआ है। इसमें जान गंवाने वालों के परिजनों के प्रति मेरी गहरी संवेदनाएं। ईश्वर शोक की इस घड़ी में उन्हें संबल प्रदान करे: PM @narendramodi
— PMO India (@PMOIndia) May 31, 2022