প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক বিদ্যুৎ ঠাকাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে টুইট কৰি কয়;
"বিশিষ্ট ৰাজনৈতিক বিশ্লেষক বিদ্যুৎ ঠাকাৰৰ মৃত্যুৰ খবৰ পাই ব্যথিত হৈছো। তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। ওমঃ শান্তি"
જાણીતા રાજકીય સમીક્ષક વિદ્યુત ઠાકરના નિધનના સમાચાર દુઃખદ છે.
— Narendra Modi (@narendramodi) June 6, 2023
સદ્ગતના આત્માની શાંતિ માટે પ્રાર્થના તથા શોકગ્રસ્ત પરિવારને સાંત્વના...!
ૐ શાંતિ...!!