Quoteশ্ৰী টাটা শিক্ষা, স্বাস্থ্যসেৱা, অনাময়, পশুকল্যাণ আদি বিষয়ৰ উন্নয়নৰ দিশত শীৰ্ষ স্থানত আছিল: প্ৰধানমন্ত্ৰী
Quoteডাঙৰ সপোন দেখা আৰু সমাজক ওভতাই দিয়াৰ ক্ষেত্ৰত শ্ৰী টাটাৰ আগ্ৰহ অনন্য আছিল: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী টাটা দূৰদৰ্শী ব্যৱসায়ী নেতা তথা সহানুভূতিশীল আৰু এগৰাকী অসাধাৰণ ব্যক্তি আছিল। নম্ৰতা, দয়া আৰু সমাজক উন্নত কৰাৰ প্ৰতি থকা তেওঁৰ অটল প্ৰতিশ্ৰুতিয়ে শ্ৰী টাটাক সকলোৰে মাজত প্ৰিয় কৰি তুলিছিল।

এক্সৰ এটা থ্ৰেড পোষ্টত শ্ৰী মোদীয়ে লিখিছে:

"শ্ৰী ৰতন টাটাজী দূৰদৰ্শী ব্যৱসায়ী নেতা তথা সহানুভূতিশীল আৰু এগৰাকী অসাধাৰণ ব্যক্তি আছিল। তেওঁ ভাৰতৰ অন্যতম পুৰণি আৰু সন্মানীয় ব্যৱসায়িক প্ৰতিষ্ঠানক স্থিৰ নেতৃত্ব প্ৰদান কৰিছিল। একে সময়তে, তেওঁৰ অৱদান সমাজৰ বহুদূৰ আগুৱাই গৈছিল। নম্ৰতা, দয়া আৰু সমাজক উন্নত কৰাৰ প্ৰতি থকা তেওঁৰ অটল প্ৰতিশ্ৰুতিয়ে শ্ৰী টাটাক সকলোৰে মাজত প্ৰিয় কৰি তুলিছিল।"

"শ্ৰী ৰতন টাটাজীৰ অনন্য দিশবোৰৰ ভিতৰত এটা আছিল ডাঙৰ সপোন দেখা আৰু ওভতাই দিয়াৰ প্ৰতি তেওঁৰ আগ্ৰহ। শ্ৰী টাটা শিক্ষা, স্বাস্থ্যসেৱা, অনাময়, পশুকল্যাণ আদি বিষয়ৰ উন্নয়নৰ দিশত শীৰ্ষ স্থানত আছিল "

"শ্ৰী ৰতন টাটাজীৰ সৈতে কৰা অগণন বাৰ্তালাপে মোৰ মন ভৰাই ৰাখিছে। মই মুখ্যমন্ত্ৰী হৈ থাকোতে গুজৰাটত তেওঁক সঘনাই লগ পাইছিলো আৰু আমি বিভিন্ন বিষয়ত মত বিনিময় কৰিছিলো। মই তেওঁৰ দৃষ্টিভংগীৰে সমৃদ্ধ। মই দিল্লীলৈ অহাৰ পাছতো এই বাৰ্তালাপবোৰ অব্যাহত আছিল। তেওঁৰ মৃত্যু অত্যন্ত বেদনাদায়ক। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা। ওম শান্তি।"

 

 

 

 

  • Vivek Kumar Gupta December 17, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 17, 2024

    नमो .........................🙏🙏🙏🙏🙏
  • JYOTI KUMAR SINGH December 09, 2024

    🙏
  • Vishnu Mohan Bhardwaj December 03, 2024

    भारत रत्नों की मीटिंग
  • Atul Sharma November 11, 2024

    Jai shree Ram
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha November 08, 2024

    जय श्री राम
  • Avdhesh Saraswat November 04, 2024

    HAR BAAR MODI SARKAR
  • Chandrabhushan Mishra Sonbhadra November 01, 2024

    k
  • Chandrabhushan Mishra Sonbhadra November 01, 2024

    j
  • ram Sagar pandey October 30, 2024

    🌹🌹🙏🙏🌹🌹जय श्रीराम 🙏💐🌹जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data

Media Coverage

India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মাৰ্চ 2025
March 23, 2025

Appreciation for PM Modi’s Effort in Driving Progressive Reforms towards Viksit Bharat