প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী চাইৰাছ মিস্ত্ৰীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে কয় যে তেওঁ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন ব্যৱসায়িক মুৰব্বী আছিল, যিগৰাকীয়ে ভাৰতৰ অৰ্থনীতিৰ কৌশলত বিশ্বাস কৰিছিল৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“শ্ৰী চাইৰাছ মিস্ত্ৰীৰ অকাল বিয়োগত হতবাক হৈছো৷ তেওঁ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন ব্যৱসায়িক মুৰব্বী আছিল, যিগৰাকীয়ে ভাৰতৰ অৰ্থনীতিৰ কৌশলত বিশ্বাস কৰিছিল৷ তেওঁ বিয়োগ বিশ্বৰ বাণিজ্য আৰু উদ্যোগৰ বাবে এক বৃহৎ ক্ষতি৷ তেওঁ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো৷”
The untimely demise of Shri Cyrus Mistry is shocking. He was a promising business leader who believed in India’s economic prowess. His passing away is a big loss to the world of commerce and industry. Condolences to his family and friends. May his soul rest in peace.
— Narendra Modi (@narendramodi) September 4, 2022