প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰসিদ্ধ গুজৰাটি কবি শ্ৰী অনিল যোশীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

এক্সৰ পোষ্টত তেওঁ লিখেঃ

“প্ৰসিদ্ধ গুজৰাটি কবি শ্ৰী অনিল যোশীৰ বিয়োগৰ খবৰ পাই মৰ্মাহত হৈছো। আধুনিক গুজৰাটি সাহিত্যত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব।

তেওঁৰ বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ আৰু এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালৰ আৰু সাহিত্যৰ প্ৰেমীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ...

ঔম শান্তি...।”

 

  • Pratap Gora May 23, 2025

    Jai ho
  • Jitendra Kumar May 05, 2025

    🙏
  • Chetan kumar April 29, 2025

    हर हर मोदी
  • Chandrabhushan Mishra Sonbhadra April 26, 2025

    jay shree Ram
  • Anjni Nishad April 23, 2025

    जय हो
  • Bhupat Jariya April 17, 2025

    Jay shree ram
  • Ratnesh Pandey April 10, 2025

    🇮🇳जय हिन्द 🇮🇳
  • Dheeraj Thakur April 06, 2025

    जय श्री राम जय श्री राम
  • Dheeraj Thakur April 06, 2025

    जय श्री राम
  • Kukho10 April 06, 2025

    PM MODI IS AN EXCELLENT LEADER!
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India-UK CETA unlocks $23‑billion trade corridor, set to boost MSME exports

Media Coverage

India-UK CETA unlocks $23‑billion trade corridor, set to boost MSME exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2025
July 27, 2025

Citizens Appreciate Cultural Renaissance and Economic Rise PM Modi’s India 2025