প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি কাশী বিদ্বৎ পৰিষদৰ সভাপতি অধ্যাপক ৰাম যত্ন শুক্লাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে অধ্যাপক শুক্লাৰ মৃত্যুক শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"কাশী বিদ্ৱৎ পৰিষদৰ সভাপতি অধ্যাপক ৰামযত্ন শুক্লাজীৰ মৃত্যু শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। সংস্কৃত ভাষা আৰু পৰম্পৰাগত শাস্ত্ৰ সংৰক্ষণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াললৈ মোৰ সমবেদনা থাকিল। ওম শান্তি!"
काशी विद्वत्परिषद् के अध्यक्ष प्रो. रामयत्न शुक्ल जी का निधन शैक्षणिक, आध्यात्मिक और सांस्कृतिक जगत के लिए एक अपूरणीय क्षति है। उन्होंने संस्कृत भाषा और पारंपरिक शास्त्रों के संरक्षण में महत्वपूर्ण भूमिका निभाई। शोक की इस घड़ी में उनके परिजनों के प्रति मेरी संवेदनाएं। ओम शांति! pic.twitter.com/76hcBKZKON
— Narendra Modi (@narendramodi) September 20, 2022