প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ পিয়েৰ-ছিলভিয়ান ফিলিঅ’জাটৰ মৃত্যুত শোক প্ৰকাশ কৰি সংস্কৃত অধ্যয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষকৈ সাহিত্য আৰু ব্যাকৰণৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হ’ব বুলি উল্লেখ কৰে।

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে -

"ড° পিয়েৰ-ছিলভিয়ান ফিলিঅ’জাটক সংস্কৃত অধ্যয়নৰ জনপ্ৰিয়তা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষকৈ সাহিত্য আৰু ব্যাকৰণৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে স্মৰণীয় হৈ থাকিব। ভাৰত আৰু ইয়াৰ সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। তেওঁৰ মৃত্যুত মই গভীৰভাৱে দুখী।

এই দুখৰ সময়ছোৱাত তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।"

 

  • Preetam Gupta Raja March 11, 2025

    जय श्री राम
  • கார்த்திக் March 10, 2025

    Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🙏Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩
  • Adithya March 09, 2025

    🙏🙏🙏🙏
  • अमित प्रेमजी | Amit Premji March 03, 2025

    nice👍
  • kranthi modi February 22, 2025

    ram ram modi ji🚩🙏
  • Vivek Kumar Gupta February 14, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 14, 2025

    जय जयश्रीराम ..........................🙏🙏🙏🙏🙏
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
  • Dr Swapna Verma February 06, 2025

    jay shree Ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Govt: 68 lakh cancer cases treated under PMJAY, 76% of them in rural areas

Media Coverage

Govt: 68 lakh cancer cases treated under PMJAY, 76% of them in rural areas
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মাৰ্চ 2025
March 19, 2025

Appreciation for India’s Global Footprint Growing Stronger under PM Modi